মৎস্যেন্দ্ৰনাথ ওৰফে লুইপা:- কৈৱৰ্ত্ত সিদ্ধ পুৰুষ - অসমীয়া ভাষা আৰু দৰ্শনৰ জনক ৷ Matsyendranath alias Luipa: The Kaibarta Siddha - Father of Assamese Language and Philosophy.
#অসমীয়া_ভাষাৰ_জন্মদাতা_কৈৱৰ্ত্ত_সন্তান:- #মৎস্যেন্দ্ৰনাথ অসমীয়া ভাষাৰ প্ৰথম আখৰ কোনে লিখিছিল। এই প্ৰশ্নৰ উত্তৰত অসমৰ দুজন ডাঙৰ পণ্ডিত ড° মহেশ্বৰ নেওগ আৰু ড° যতীন্দ্ৰ কুমাৰ বৰগোহাঞি চাৰে এজন মানুহৰ নাম লৈছে। তেওঁৰ নাম মৎস…